বৈশিষ্ট্যসমূহ
যি ইয়াক একক আৰু অনন্য কৰি তোলে

ই-গ্ৰন্থ
Embeded ePUB3sই-গ্ৰন্থসমূহ বিদ্যালয়ৰ পাঠ্যক্ৰম অনুসৰি তৈয়াৰ কৰা হৈছে আৰু যি স্পষ্ট ছবি আৰু এনিমেছনেৰে সমৃদ্ধ।

ভিডিঅ’
Embeded HD MP4শ্ৰেণীকোঠাত এটা সময়ত পোৱা বক্তৃতাৰ বিপৰীতে, অনুচ্ছেদ অনুসৰি, বিষয় ভিত্তিক টিউটৰিয়েল ভিডিঅ যিবোৰ বাৰে বাৰে চলাই সন্দেহ দূৰ কৰিব পাৰি।

আৰ্হি প্ৰশ্ন আৰু উত্তৰ
Short & Broad bothবিশিষ্ট শিক্ষকৰ দ্বাৰা প্ৰস্তুত কৰা পৰীক্ষা কেন্দ্ৰিক উত্তৰৰ চানেকি যি পথ প্ৰদৰ্শকৰ কাম কৰে।

বহু নিৰ্বাচনী প্ৰশ্ন পৰীক্ষা
Multiple Choice Questionsপ্ৰতিটো বিষয়ৰ কাৰণে প্ৰত্যেক খন কিতাপৰ প্ৰতিটো অধ্যায় প্ৰস্তুত কৰা হৈছে এই পৰীক্ষাবোৰ অধ্যয়নৰ অগ্ৰগতি আৰু শিক্ষাৰ্থীৰ জ্ঞান মূল্যায়ন কৰাৰ উদ্দেশ্যৰে কৰা হৈছে।

গণিত অনুশীলন
What you must knowঅণুশীলনৰ মাধ্যমেৰে গণিতক সহজ আৰু সৰল কৰি তোলা আৰু পৰীক্ষাত পৰীক্ষাৰ্থীৰ প্ৰদৰ্শন উন্নত কৰি তোলাৰ লক্ষ্য।

ইংৰাজী ব্যাকৰণ
Basic Grammarশিক্ষাৰ্থীৰ লিখাৰ লগতে যোগাযোগৰ দক্ষতা বৃদ্ধি কৰাৰ কাৰণে সাধাৰণতে ব্যৱহৃত ইংৰাজী প্ৰসংগ প্ৰস্তুত।

ইংৰাজী কথোপকথন
Speak English Confidentlyইংৰাজী ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ মৌখিক যোগাযোগৰ ক্ষেত্ৰত যাতে সাৱলীল কৰি তোলে তাৰবাবে বিশেষ ভাৱে সামগ্ৰীক পদ্ধতিৰে পাঠ্যক্ৰমটি তৈয়াৰ কৰা হৈছে।

পৰিভাষা
Know words vis-a-visআঞ্চলিক ভাষাৰ পৰা ইংৰাজী, ইংৰাজী উচ্চাৰণ আৰু বৈজ্ঞানিক ও জটিল পদবোৰৰ ধ্বনিগত প্ৰতিলিপি অনুবাদ।